RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493440

এন বি এফ চিয়ে আৰ বি আইত নিজৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে

১৬ জানুৱাৰী, ২০১৭

এন বি এফ চিয়ে আৰ বি আইত নিজৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে

নিম্নোল্লেখিত এন বি এফ চিটোৱে ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক মঞ্জুৰ কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেয়ে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰখন বাতিল কৰিছে।

ক্ৰমিক নং কোম্পানীটোৰ নাম কাৰ্যালয় ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিলকৰণ আদেশৰ তাৰিখ
মেছাৰ্ছ এঅ’নিয়ান ইনভেষ্টমেণ্ট কোম্পানী লিমিটেড এন কে মেহতা, ইণ্টাৰনেশ্যনেল হাউছ, ১৭৮, বেক ৱে, ৰিক্লেমেশ্যন বাবুভাই চিনাই মাৰ্গ, মুম্বাই- ৪০০০২০ ১৩.০০১৫৬ ২ মাৰ্চ, ১৯৯৮ ৩০ ডিচেম্বৰ, ২০১৬

গতিকে ওপৰোক্ত কোম্পানীটোৱে আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ত সংজ্ঞাৰোপন মতে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায়িক লেন-দেন কৰিব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৮৯৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?