এন বি এফ চিয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰ বি আইত সমৰ্পন কৰিছে
২৩ নৱেম্বৰ, ২০১৬ এন বি এফ চিয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰ বি আইত সমৰ্পন কৰিছে নিম্নোক্ত এন বি এফ চিকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক দিয়া পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি সেয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰসমূহ বাতিল কৰিছে।
এতেকে ওপৰোল্লেখিত কোম্পানীকেইটাই আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ৰ প্ৰাৱধান মতে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান হিচাপে ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে। অনিৰুদ্ধ ডি. যাদৱ প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১২৯৭ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: