RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78486514

নতুন আৰ বি আইৰ ৱেবছাইট আপোনাৰ আঙুলিৰ মূৰত

১০ মাৰ্চ, ২০১৭

নতুন আৰ বি আইৰ ৱেবছাইট আপোনাৰ আঙুলিৰ মূৰত

ভাৰতীয় ৰিজাৰ্ভ বেংকে, আজি আনুষ্ঠানিকভাৱে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৱেবছাইট (www.rbi.org.in) ৰ মোবাইল এপ্লিকেশ্যন (এপ্প) ৰূপ এটা মুকলি কৰে। এই এপ্পটো এনড্ৰইড আৰু ios দুয়োটা প্লেটফৰ্মত উপলব্ধ হয় আৰু নিজৰ এনড্ৰইড/আইফোনত, যথাক্ৰমে, কি-বোৰ্ড “ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া” ব্যৱহাৰ কৰি Play Store/App Store ৰ পৰা ডাউনলড কৰিব পৰা যায়।

পোনতে ৱেবছাইটোৰ সৰ্বাধিক একচেছ হোৱা চেকচনবোৰঃ প্ৰেছ বিজ্ঞপ্তি, আইএফএছচি/এমচিআৰ কড, বেংকৰ বন্ধৰ দিনবোৰ আৰু চাৰি প্ৰধান মুদ্ৰা নীতি হাৰ আৰু ৰেফাৰেন্স হাৰকে ধৰি চলিত হাৰবোৰ এই এপ্পটোত উপলব্ধ কৰা হৈছে। এপ্পটোৰ লেণ্ডিং পেজৰ শীৰ্ষত এক ডাইনেমিক উইণ্ডো আছে যি বৈকল্পিকভাৱে তিনিটা জনসজাগতামূলক বাৰ্তা, ২০০০ টকা আৰু ৫০০ টকা মুদ্ৰাবৰ্গৰ নতুন আৰ্হিৰ বেংকনোট আৰু লগতে “আৰ বি আইকেইটা হেয়”ৰ অন্তৰ্গত কেৱাই চি বিষয়ক বাৰ্তা ডিচপ্লে কৰে। ইয়াৰ যিকোনো এটা ক্লিক কৰি, ইউজাৰে ইতিমধ্যে জাৰি কৰা জনসজাগতা বাৰ্তাৰ পূৰ্ণপাঠ অপেন কৰিব আৰু পঢ়িব পাৰে। ইউজাৰে নতুন বিজ্ঞপ্তি সম্পৰ্কীয় এলাৰ্ট পাবলৈ “Push” নটিফিকেশ্যনৰ বৈশিষ্ট্যটোও এক্টিভেট কৰিব পাৰে।

এপ্পটো অধিক ফলপ্ৰসূ আৰু আকৰ্ষণীয় কৰাৰ ক্ষেত্ৰত ইউজাৰসকলে নিজৰ পৰামৰ্শ আৰু মতামত E-mail কৰি জনাব পাৰে।

শ্বিবি এছ মাথাই
প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪১৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?