১ এপ্ৰিল, ২০১৭ত চৰকাৰী ব্যৱসায়ৰ বাবে সকলো এজেন্সি বেংক খোলা ৰখা – সংশোধিত নিৰ্দেশ
২৯ মাৰ্চ, ২০১৭ ১ এপ্ৰিল, ২০১৭ত চৰকাৰী ব্যৱসায়ৰ বাবে সকলো এজেন্সি বেংক খোলা ৰখা – সংশোধিত নিৰ্দেশ চৰকাৰী প্ৰাপ্তি আৰু প্ৰদান কাম-কাজবোৰ সূচল কৰাৰ অৰ্থে press release dated March 24, 2017 যোগে চৰকাৰী ব্যৱসায় সম্পাদন কৰা এজেন্সি বেংকবোৰৰ সকলো শাখা, চলিত বিত্তীয় বৰ্ষৰ সকলো দিনকেইটাত (শনিবাৰ, ৰবিবাৰ আৰু বন্ধৰ দিনকেইটাকে ধৰি) আৰু ১ এপ্ৰিল, ২০১৭ত খোলা ৰাখিবলৈ সকলো Agency Banks were advised কৰা হৈছিল। অৱশ্যে পুনৰবিবেচনা কৰি এই মৰ্মে decided that these branches ১ এপ্ৰিল, ২০১৭ত খোলা ৰখাৰ প্ৰয়োজন নাই। অনিৰুদ্ধ ডি. যাধৱ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫৯৬ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: