RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78546882

আৰ বি আই অথবা কৰ্তৃত্বপ্ৰাপ্ত বেংক শাখাবোৰত আগতিয়াকৈ আই টি দেনা প্ৰদান কৰক – জুন ২০১৭

১৫ মে’,২০১৭

আৰ বি আই অথবা কৰ্তৃত্বপ্ৰাপ্ত বেংক শাখাবোৰত আগতিয়াকৈ আই টি দেনা
প্ৰদান কৰক – জুন ২০১৭

লক্ষ্য কৰা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে আয়কৰ দেনা সোধৰ বাবে পাৰ্যমানে সম্ভৱ হোৱাকৈ অতিৰিক্ত কাউণ্টাৰ খোলা সত্বেও, প্ৰতি বছৰে জুনৰ শেহলৈ কৰদাতাৰ অতিমাত্ৰা ভিৰ হৈ আহে। ফলত ৰাইজে বেংকত অযথা দীঘলীয়া সময়ৰ বাবে শাৰীত অপেক্ষা কৰিবলগীয়া নয়। এনে অসুবিধা আঁতৰ কৰিবলৈ, কৰদাতাসকলক দেয় তাৰিখৰ যথেষ্ট আগতীয়াকৈ আয়কৰ দেনা শোধ কৰিবলৈ আহ্বান জনোৱা হ’ল।

অতিৰিক্তভাৱে, মুম্বাইত নিম্নোল্লেখিত স্বীকৃতিপ্ৰাপ্ত এজেন্সিবোৰৰ নিৰ্বাচিত শাখাবোৰক আয়কৰ দেনা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে। এই বেংকবোৰৰ সৰহভাগে অন-লাইন কৰ প্ৰদানৰ বাবে সুবিধা আগবঢ়াইছে। কৰদাতাসকলে নিজৰ সূচলতাৰ কাৰণে এই ব্যৱস্থাৰ সুযোগ ল’ব পাৰে।

এলাহাবাদ বেংক ১৬ চিণ্ডিকেট বেংক
অন্ধ্ৰ বেংক ১৭ ইউকো বেংক
বেংক অফ বৰোদা ১৮ ইউনিয়ন বেংক অব ইণ্ডিয়া
বেংক অব ইণ্ডিয়া ১৯ ইউনাইটেড বেংক অব ইণ্ডিয়া
বেংক অব মহাৰাষ্ট্ৰ ২০ বিজয়া বেংক
কানাড়া বেংক ২১ ষ্টেট বেংক অব ইণ্ডিয়া
চেণ্ট্ৰেল বেংক অব ইণ্ডিয়া ২২ এইছ ডি এফ চি বেংক লিমিটেড
কৰ্পোৰেশ্যন বেংক ২৩ এক্সিছ বেংক লিমিটেড
দেনা বেংক ২৪ আই চি আই চি আই বেংক লিমিটেড
১০ আই ডি বি আই বেংক    
১১ ইণ্ডিয়ান বেংক    
১২ ইণ্ডিয়ান অভাৰচীজ বেংক    
১৩ অৰিয়েণ্টেল বেংক অব কমাৰ্চ    
১৪ পঞ্জাৱ এণ্ড সিন্ধ বেংক    
১৫ পঞ্জাৱ নেশ্যনেল বেংক    

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৩০৬৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?