RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78481639

প্ৰদান প্ৰণালীবোৰ ২৫ মাৰ্চ,২০১৭ৰ পৰা ১ এপ্ৰিল,২০১৭লৈ সকলো দিনত খোলা থাকিব

আৰ বি আই/২০১৬-১৭/২৫৭
ডিপিএছএছ.চিঅ.চিএইছডি নং/২৬৯৫/০৩.০১.০৩/২০১৬-১৭

২৫ মাৰ্চ, ২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
সকলো সূচীভুক্ত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক/চহৰীয়া
সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক/
স্থানীয় এলেকা বেংক

মহাশয়/মহাশয়া,

প্ৰদান প্ৰণালীবোৰ ২৫ মাৰ্চ,২০১৭ৰ পৰা ১ এপ্ৰিল,২০১৭লৈ সকলো দিনত খোলা থাকিব

“৩০ মাৰ্চ আৰু ৩১ মাৰ্চ, ২০১৭ত বিশেষ ক্লিয়েৰিং সঞ্চলন” সম্পৰ্কীয় circulars DPSS.CO.CHD.No./2656/03.01.03/2016-17 dated March 23, 2017 আৰু ২৫ মাৰ্চ,২০১৭ৰ পৰা ১ এপ্ৰিল,২০১৭লৈ সকলো দিনত DBR.No.leg.BC.55/09.07.005/2016-17 dated March 24, 2017 ৰ প্ৰসঙ্গলৈ আহে যেন।

২. ৩১ মাৰ্চ,২০১৭ৰ ভিতৰত চলিত বিত্তীয় বৰ্ষৰ (২০১৬-১৭) বাবে সকলো চৰকাৰী লেনদেনৰ সকলো হিচাপ নিকাচ সূচল কৰাৰ অৰ্থে, এই মৰ্মে সিদ্ধান্ত লোৱা হৈছে যে ২৫ মাৰ্চ,২০১৭ৰ পৰা ১ এপ্ৰিল,২০১৭লৈ সময়ছোৱাত (শনিবাৰ, ৰবিবাৰ আৰু বন্ধৰ দিনবোৰকে ধৰি) স্বাভাৱিক কৰ্মদিনৰ দৰেই আৰ টি জি এছ আৰু এন ই এফ টিকে দৰি সকলো প্ৰদান প্ৰণালী সঞ্চলন ৰখা হ’ব। তদুপৰি, কেন্দ্ৰীকৃত প্ৰদান প্ৰণালীসমূহ তদৰ্থে, আৰ টি জি এছ আৰু এন ই এফ টিৰ বাবে ৩০ আৰু ৩১ মাৰ্চ,২০১৭ত সাম্প্ৰতিক সময়খিনিৰ বিষয়ে অনাতাঁৰ বাৰ্তাযোগে সদস্য বেংকসমূহক ইতিমধ্যে জনোৱা হৈছে।

আপোনাৰ বিশ্বাসী

(নন্দ এছ ডাভে)
মুখ্য মহা প্ৰৱন্ধক - ভাৰপ্ৰাপ্ত

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?