RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78511077

প্ৰাইমেৰী আৰ্বান কোপাৰেটিভ বেঙ্কৰ ২০১৬-১৭ বৰ্ষৰ দৃষ্টিকোণ

২১ ডিচেম্বৰ, ২০১৭

প্ৰাইমেৰী আৰ্বান কোপাৰেটিভ বেঙ্কৰ ২০১৬-১৭ বৰ্ষৰ দৃষ্টিকোণ

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰাইমেৰী আৰ্বান কোপাৰেটিভ বেঙ্কৰ ২০১৬-১৭ বৰ্ষৰ দৃষ্টিকোণৰ বাৰ্ষিক প্ৰকাশন চতুৰ্থ সংখ্যা আজি প্ৰকাশ কৰে । এই প্ৰকাশন https://dbie.rbi.org.in/DBIE/dbie.rbi?site ত উপলব্ধ । প্ৰকাশনটি ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ডিপাৰ্টমেন্ট অব কোপাৰেটিভ বেঙ্ক চুপাৰভিশ্যনে প্ৰকাশ কৰি উলিয়াছে ।

২০১৬-১৭ বিত্তীয় বৰ্ষৰ সূচীভুক্ত আৰু অসূচীভুক্ত আৰ্বান বেঙ্কৰ বিত্তীয় লেখ এই প্ৰকাশনে সামৰি লৈছে । এই প্ৰকাশনত মূখ্যত:প্ৰয়োজনীয় তথ্যসমুহ যেনে এগ্ৰিগেট ইনফৰ্মেশ্বন,বেলেঞ্চ শ্বীট,প্ৰফিট এণ্ড লচ একাউণ্ট,নন পাৰ্ফমিং এচেট,ফিনেঞ্চিয়েল ৰেচিঅ’ আৰু ৰাজ্য অনুযায়ী প্ৰাথমিক খণ্ড সমূহলৈ ভগাই দিয়া অগ্ৰিম সমূহৰ হিচাপ । ইয়াৰ বাহিৰেও কেপিটেল এডুকুৱেচি,প্ৰ্ফিটেবিলিটী কৰ্মচাৰীৰ উৎপাদিকতাৰ ওপৰত ৰাজ্য ভিত্তিক বিত্তীয় অনুপাতৰ খবৰ । কেৱল বৈদ্যুতিন মাধ্যমতহে ভাৰতীয় অৰ্থনীতিৰ (DBIE) তথ্যসমুহ এই ৱেবচাইটত https://dbie.rbi.org.in/ চাব পাৰি । এই প্ৰকাশনৰ কোনো মুদ্ৰিত পুথি নাই ।

জোচ জে কট্টুৰ
মুখ্য মহাপ্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি: 2017-2018/1712

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?