RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78506423

আৰ বি আয়ে ভিজিটিং ফেলো কাৰ্যসূচী ঘোষণা কৰিছে

৯ মাৰ্চ, ২০১৮

আৰ বি আয়ে ভিজিটিং ফেলো কাৰ্যসূচী ঘোষণা কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে বিদেশী কেন্দ্ৰীয় বেংক, আন্তৰ্জাতিক সংস্থা, বিদেশী বিশ্ববিদ্যালয় আৰু বিদেশস্থ অন্যান্য গৱেষণা সংস্থাৰ বিশেষজ্ঞৰ বাবে “RBI Visiting Fellow Programme” ঘোষণা কৰিছে। কাৰ্যসূচীৰ মূল বৈশিষ্ট্যবোৰ সংলগ্নপত্ৰত সন্নিৱিষ্ট হৈছে।

ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ চিভি আৰু গৱেষণা প্ৰস্তাৱসহ email যোগে আবেদন কৰিব পাৰে।

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/২৪১৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?