RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78486017

আৰ বি আইৰ শ্ৰীমতী সুৰেখা মাৰাণ্ডিক নতুন ই ডি নিযুক্তি

৩ জানুৱাৰী, ২০১৭

আৰ বি আইৰ শ্ৰীমতী সুৰেখা মাৰাণ্ডিক নতুন ই ডি নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংকে, যোৱা ৩১ ডিচেম্বৰ, ২০১৬ত অৱসৰপ্ৰাপ্ত শ্ৰী ইউ এছ পালিৱালৰ কাৰ্যকাল অন্ত হোৱাত শ্ৰীমতী সুৰেখা মাৰাণ্ডিক কাৰ্যবাহী সঞ্চালক (ই ডি) হিচাপে নিযুক্তি দিছে। শ্ৰীমতী মাৰাণ্ডিয়ে ২ জানুৱাৰী, ২০১৭ত কাৰ্যভাৰ গ্ৰহণ কৰিছে।

কাৰ্যবাহী সঞ্চালক হিচাপে শ্ৰীমতী মাৰাণ্ডিয়ে গ্ৰাহক শিক্ষা তথা সুৰক্ষা বিভাগ, বিত্তীয় অন্তৰ্ভুক্তি তথা উন্নয়ন বিভাগ আৰু সচিব বিভাগৰ কাম-কাজ চোৱাচিতা কৰিব। তেওঁ ইউনাইটেড বেংক অব ইণ্ডিয়া আৰু বেংক অব বৰোদাৰ বোৰ্ডতো সেৱা আগবঢ়াইছিল।

ই ডিলৈ পদোন্নতিৰ পূৰ্বে, শ্ৰীমতী মাৰাণ্ডি ৰিজাৰ্ভ বেংকত প্ৰধান মুখ্য মহা প্ৰৱন্ধক আৰু মুখ্য সতৰ্কতা বিষয়া আছিল। তিনি দশকৰো অধিক কাৰ্যকালত শ্ৰীমতী মাৰাণ্ডিয়ে ৰিজাৰ্ভ বেংকত নিয়ামক তথা তদাৰকী, বিত্তীয় অন্তৰ্ভুক্তি তথা উন্নয়ন আৰু মানৱ সম্পদ ব্যৱস্থাপনা ক্ষেত্ৰত কৰ্মৰত আছিল। শ্ৰীমতী মাৰাণ্ডি যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৭৫৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?