RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78500834

ৰিজাৰ্ভ বেংকে ২ এন বি এফ চিৰ প্ৰমাণ-পত্ৰ বাতিল কৰিছে

১৬ ছেপ্টেম্বৰ, ২০১৬

ৰিজাৰ্ভ বেংকে ২ এন বি এফ চিৰ প্ৰমাণ-পত্ৰ বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক (৬)ৰ অধীনত ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোক্ত অনা-বেংকিং বিত্তীয় কোম্পানী (এন বি এফ চি)ৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে।

ক্ৰ. নং কোম্পানীটোৰ নাম কাৰ্যালয়ৰ ঠিকনা চি অ আৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেচাৰ্ছ চাণ্ডেল হায়াৰ পাৰ্চেজ প্ৰাইভেট লিমিটেড হামীৰ সিং নগৰ, উন্নাও ৰোড, ডাটিয়া (মধ্য প্ৰদেশ)-৪৭৫৩৩৫ বি-০৬, ০০৪৩৫ ১৯ জানুৱাৰী, ২০০১ ৫ আগষ্ট, ২০১৬
মেচাৰ্ছ গল্ডেন ফিউচাৰ কেপিটেল লিমিটেড ৫০৪-৫০৫, ৫ম মহলা, বালাজী টাৱাৰ ৬, দুৰ্গাপুৰা, টংক ৰোড, জয়পুৰ- ৩০২০৫২ বি.১০.০০০৮৯ ২২ ডিচেম্বৰ, ২০১০ ৫ আগষ্ট, ২০১৬

এতেকে, উপৰিউক্ত কোম্পানীকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ৰ বিধি অনুযায়ী অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায় চলাব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৬৮৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?