RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78481225

আৰ বি আইয়ে ৩ এনবিএফচিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে

২৬ অক্টোবৰ, ২০১৬

আৰ বি আইয়ে ৩ এনবিএফচিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-১ক (৬)ৰ অধীনত ইয়াৰ ওপৰত ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোল্লেখিত অনা-বেংকিং বিত্তীয় কোম্পানীকেইটাৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে।

ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীভুক্ত কাৰ্যালয়ৰ ঠিকনা চিঅআৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেছাৰ্ছ বাৰ্খা ফাইনেন্সিয়াৰ্ছ লিমিটেড ১০৫, প্ৰথম মহলা, পুলিচ থানাৰ বিপৰীতে টি.পি. নগৰ, বাঘপট ৰোড, মিৰাট- ২৫০০০২ (উত্তৰ প্ৰদেশ) এ-১২.০০৩৬৩ ১২ জুন,২০০৮ ১৬ আগষ্ট, ২০১৬
মেছাৰ্ছ বাৰ্খা ইনষ্টলমেণ্টছ লিমিটেড ভগবান মহাবীৰ মাৰ্গ, ৰেলৱে ৰোড, বাৰাউট- ২৫০৬১১ (উত্তৰ প্ৰদেশ) এ-১২.০০৩৬৯ ৮ জুলাই,২০০৮ ১ ছেপ্টেম্বৰ, ২০১৬
মেছাৰ্ছ প্ৰাচী কেমিকেল এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেড হালৱাছিয়া মেনচন, ৬/২ মৈৰা ষ্ট্ৰীট, কলকাতা- ৭০০০১৭ বি-০৫.০৬৫৫০ ৯ জুন,২০০৫ ২০ ছেপ্টেম্বৰ,২০১৬

পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিলকৰণৰ পাছত এই কোম্পানীকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ত ধাৰ্য ব্যৱস্থা মতে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায় চলাব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১০৩৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?