RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78496105

আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে

১৯ ডিচেম্বৰ,২০১৬

আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোক্ত ৪ অনাবেংকিং বিত্তীয় প্ৰতিষ্ঠান (এন বি এফ চি)ৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে-

ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীভূক্ত কাৰ্যালয়ৰ ঠিকনা পঞ্জীয়ন প্ৰমাণপত্ৰৰ নম্বৰ আৰু তাৰিখ বাতিলৰ তাৰিখ
মেছাৰ্ছ লক্সমী একজিম প্ৰাইভেট লিমিটেড ১৫ মহলা, ইনফিনিটি বেন্স মাৰ্ক প্লট নং জি-১, ব্লক ইপি এণ্ড জিপি, চেক্টৰ-৫ বিধান নগৰ, চল্ট লেক, কলকাতা- ৭০০০৯১ ০৫.০১৪৪৪ ৬ এপ্ৰিল, ১৯৯৮
মেছাৰ্ছ ৰাজ ঋষভ ফাইনেন্স এণ্ড ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেড ৪ চি, এন চি দত্ত ৰোড, পঞ্চম মহলা, ইউনিট নম্বৰ ৫০৭, কলকাতা- ৭০০০০১ ১৩.০০৯৬৯ ৫ আগষ্ট, ১৯৯৮
মেছাৰ্ছ চিৰাগ বিনিয়োগ এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড ৪৬/৩১/১, ৪ৰ্থ মহলা, লীলা ৰয় শৰণী, কলকাতা- ৭০০০২৯ ০৫.০১৫২৩ ২০ এপ্ৰিল, ১৯৯৮
মেছাৰ্ছ আশ্বকা হল্ডিংছ প্ৰাইভেট লিমিটেড (এতিয়া মেছাৰ্ছ আশ্বকা হল্ডিংছ লিমিটেড নামেৰে জনাজাত) ১০২, ২য় মহলা, মাৰৱাড়ী চাওল, ৩৯১-দি, বাদাম বাডি, বল্লভ ভাই পেটেল ৰোড, কংগ্ৰেছ হাউছ, গিৰগাঁও, মুম্বাই- ৪০০০০৪ ১৩.০০৮৬৭ ২৬ মে, ১৯৯৮

গতিকে এই কোম্পানীকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা(ক)ৰ অধীনত বান্ধি দিয়া মতে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায়ৰ লেনদেন কৰিব নোৱাৰে।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৬৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?