RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78495412

আৰ বি আইয়ে ৬ এনবিএফচিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে

২৩ নৱেম্বৰ, ২০১৬

আৰ বি আইয়ে ৬ এনবিএফচিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে নিন্মোল্লেখিত অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ (এনবিএফচি)ৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি ৰিজাৰ্ভ বেংকে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীকৃত কাৰ্যালয় ঠিকনা চিঅআৰ নং জাৰিৰ তাৰিখ বাতিলৰ তাৰিখ
মেচাৰ্ছ ষ্টাৰলাইন লীজিংচ লিমিটেড ৪১৭-৪১৯, মিডাছ, চহৰ প্লাজা, মথুৰা, দাস বাসনজি ৰোড, আন্ধেৰী (ইষ্ট), মুম্বাই- ৪০০০৫৯ ১৩.০০৫৩৩ ২৪ মাৰ্চ, ১৯৯৮ ৫ অক্টোবৰ, ২০১৬
মেচাৰ্ছ টাৰ্গেট ক্ৰেডিট এণ্ড কেপিটেল প্ৰাইভেট লিমিটেড ইউ-১, বি চি জহৰি পেলেচ, ৫১ এম.জি. ৰোড, গ্লবাছৰ সন্মুখত, ইন্দোৰ – ৪৫২০০১ বি-০৩.০০০০৬ ১৮ ফেব্ৰুৱাৰী, ১৯৯৮ ৬ অক্টোবৰ, ২০১৬
মেচাৰ্ছ বিশ্বকৰ্মা ষ্ট্ৰিপছ এণ্ড ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেড লিংক ৰোডৰ বিপৰীতে, চাৰ্ভিছ ষ্টেচন, লিংক ৰোড, লুধিয়ানা, পঞ্জাৱ বি-০৬.০০০৩৪ ৫ মাৰ্চ, ১৯৯৮ ১০ অক্টোবৰ, ২০১৬
মেচাৰ্ছ পুৰোহিত ফিনলীজ লিমিটেড ৩৬০, মিণ্ট ষ্ট্ৰীট, ২য় মহলা, চৌকাৰ্পেট, চেন্নাই- ৬০০০৭৯ বি-০৭.০০৫৯৩ ১৫ মাৰ্চ, ২০০১ ১০ অক্টোবৰ, ২০১৬
মেচাৰ্ছ মোগা হায়াৰ পাৰ্চেজ লিমিটেড জি.টি. ৰোড, মোগা- ১৪২০০১ পঞ্জাৱ ০৬.০০১৩৯ ১০ আগষ্ট, ১৯৯৮ ১০ অক্টোবৰ, ২০১৬
মেচাৰ্ছ অক ফিনালীজ লিমিটেড (আগতে এনেছ ফিনালীজ প্ৰাইভেট লিমিটেড) ১৬৮, জাওৰা কম্পাউণ্ড, ৰথী মেনচন, ইন্দোৰ – ৪৫২০০১ বি-০৩.০০১১৫ ২৫ ছেপ্টেম্বৰ, ২০০০ ১৪ অক্টোবৰ, ২০১৬

এতেকে এই কোম্পানীকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা(ক)ৰ প্ৰাৱধান মতে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান হিচাপে ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে।

অনিৰুদ্ধ ডি. যাদৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১২৯৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?