আৰ বি আয়ে ৬ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণপত্ৰ বাত& - আৰবিআই - Reserve Bank of India
78486293
প্ৰকাশ কৰা তাৰিখ মাৰ্চ 10, 2017
আৰ বি আয়ে ৬ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰিছে
১০ মাৰ্চ,২০১৭ আৰ বি আয়ে ৬ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিম্নোল্লেখিত অনা-বেংকিং বিত্তীয় কোম্পানীকেইটাৰ (এন বি এফ চি) পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অন্তৰ্গত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ৰিজাৰ্ভ বেংকে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
এতেকে, এই কোম্পানীকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা(ক)ৰ অন্তৰ্গত নিৰ্ধাৰণ কৰা মতে একোটা অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪২৯ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?