RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78499474

আৰ বি আইয়ে ৭ টা এনবিএফচিৰ পঞ্জীয়ন প্ৰমাণপত্ৰ নাকচ কৰিলে

২৬ অক্টোবৰ, ২০১৬

আৰ বি আইয়ে ৭ টা এনবিএফচিৰ পঞ্জীয়ন প্ৰমাণপত্ৰ নাকচ কৰিলে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-১ক (৬)ৰ অধীনত ইয়াৰ ওপৰত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোল্লেখিত অনা-বেংকিং বিত্তীয় কোম্পানীকেইটাৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে-

ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীভুক্ত কাৰ্যালয়ৰ ঠিকনা চিঅআৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেছাৰ্ছ লিপি ফিনষ্টক লিমিটেড পি-৪১, প্ৰিনচিপ ষ্ট্ৰীট, ৬ মহালা, কলকাতা- ৭০০০৭২ বি-১৪.০২৪০৬ ১ জুন,২০০৭ ২২ জুলাই, ২০১৬
মেছাৰ্ছ পি ভি এম ফাইনেন্স প্ৰাইভেট লিমিটেড ব্লক নং ৪৫৭, গাঁও ছত্ৰাল, তালুক কালল, মেহচানা - ৩৮২৭২৯, গুজৰাট ০১.০০০৮২ ১৯ আগষ্ট,২০০৮ ২৭ ছেপ্টেম্বৰ, ২০১৬
মেছাৰ্ছ অনুপম ফিনলীজ (ইণ্ডিয়া)লিমিটেড নং২৬, এছ পি কমপ্লেক্স, ২ মহলা, ৱালটাকচ ৰোড, চেন্নাই- ৬০০০৭৮ বি-০৭.০০১৭৯ ১৮ মাৰ্চ,১৯৯৮ ২৭ ছেপ্টেম্বৰ,২০১৬
মেছাৰ্চ আন্নাই অমৰ ফাইনেন্স প্ৰাইভেট লিমিটেড নং৮, ১ মহলা, তিৰুবাভিল্লাৰ ষ্ট্ৰীট, কামৰাজ নগৰ, পণ্ডিচেৰী- ৬০৫০১৩ ০৭.০০৫৫০ ১৮ মাৰ্চ,১৯৯৮ ২৭ ছেপ্টেম্বৰ,২০১৬
মেছাৰ্চ এল আৰ এন ফাইনেন্স লিমিটেড প্লাজা চেণ্টাৰ, জি এন চেট্টী ৰোড, শ্বপ নং ৫৫০৩৫৭, চেন্নাই- ৬০০০৩৪ বি-০৭.০০৩৯৬ ১ মাৰ্চ,২০১২ ২৭ ছেপ্টেম্বৰ,২০১৬
মেছাৰ্চ প্ৰাণেটা ইন্দাষ্ট্ৰীজ লি. (এতিয়া মেছাৰ্ছ আধাৰ ভেনচাৰ্ছ ইণ্ডিয়া লিমিটেড) ৪ মহলা, অফিচ নং ৪০১৯, ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ, ৰিং ৰোড, চুৰাট- ৩৯০০০২ বি-০১.০০৪৬৫ ৩ মে,২০০৪ ২৭ ছেপ্টেম্বৰ,২০১৬
মেছাৰ্চ আৰ এফ এল ইণ্টাৰনেশ্যনেল লিমিটেড ৩০৪, আকৃতি কমপ্লেক্স, ষ্টেডিয়া চিকচ ৰোডৰ ওচৰত নবৰংপুৰা, আহমেদাবাদ- ৩৮০০০৯ (গুজৰাট) ০১.০০০২৪ ২৫ মে,২০০৯ ৫ অক্টোবৰ,২০১৬

এতেকে, পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিলকৰণৰ পাছত এই কোম্পানীকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (১) অনুযায়ী অনা-বেংকিং বিত্তীয় কোম্পানী হিচাপে বিত্তীয় লেনদেন নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১০৩৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?