RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78485292

আৰ বি আইয়ে ৭ এন বি এফ চিৰ  প্ৰমাণপত্ৰ বাতিল কৰিছে

১১ জানুৱাৰী, ২০১৭

আৰ বি আইয়ে ৭ এন বি এফ চিৰ  প্ৰমাণপত্ৰ বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে নিম্নোক্ত অনা-বেংকিং বিত্তীয় কোম্পানী (এন বি এফ চি)সমূহৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে।

ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীয়ভুক্ত কাৰ্যালয় ঠিকনা চি অ আৰ নং জাৰিৰ তাৰিখ বাতিলৰ তাৰিখ
মেছাৰ্ছ বিৰ্ক হায়াৰ পাৰ্চেজ লিমিটেড ৮৮, কাপুৰথলা ৰড, জলন্ধৰ – ১৪৪০০৮ (পঞ্জাৱ) এ-০৬.০০৪৬৭ ৮ জুন, ২০০৭ ৪ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ থকৰ ইনভেষ্টমেণ্ট লিমিটেড এ-৬, চেক্টৰ-২, নিউ শ্বিমলা- ১৭১০০৯ (হিমাচল প্ৰদেশ) এ-০৬.০০৪৫০ ১৬ জুলাই, ২০০৭ ১৮ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ ট্ৰেকৱে চিকিউৰিটিজ এণ্ড ফাইনেন্স প্ৰাইভেট লিমিটেড) ২৪, কমাৰ্চিয়েল কমপ্লেক্স, হাউছিং বৰ্ড কলনী, কাটনী- ৪৮৩৫০১ (মধ্য প্ৰদেশ) বি-০৩.০০০১৫ ২০ ফেব্ৰুৱাৰী, ১৯৯৮ ২৫ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ জিন্দাল ইণ্টিগ্ৰেটেড লী-ক-ফিন লিমিটেড (বৰ্তমান কাশ্যপ টেলিমেডিচিন লিমিটেড) ২য় মহলা, পুষ্পাৱতী বিল্ডিং নং ২, চন্দনৱাডী, গিৰগাঁও ৰড, মুম্বাই- ৪০০০০২ ১৩.০০৮৮১ ২৬ মে, ১৯৯৮ ২৫ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ কলন ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেড ৪১৭-২১৯, মিদাছ, চহৰ প্লাজা, ৪ৰ্থ মহলা, মথুৰাদাস ৱাচাঞ্জি ৰড, আন্ধেৰি (ইষ্ট), মুম্বাই - ৪০০০৫৯ ১৩.০০৯৭৫ ১২ আগষ্ট, ১৯৯৮ ২৫ নৱেম্বৰ,২০১৬
মেছাৰ্ছ ভেক্স হাউছিং ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড ৩০১, সিমান্ধাৰ ইষ্টেট, নিয়েৰ সাকাৰ-III, ইনকাম টেক্স, আহমেদাবাদ - ৩৮০০১৪ বি.০১.০০৪০২ ৬ মাৰ্চ, ২০০২ ৯ ডিচেম্বৰ, ২০১৬
মেছাৰ্ছ অংকিত ট্ৰেকম প্ৰাইভেট লিমিটেড ২৩, কমাৰ্চিয়েল কমপ্লেক্স, হাউছিং বৰ্ড কলনী, কাটনী – ৪৮৩৫০৪ (মধ্য প্ৰদেশ বি.০৩.০০১৭২ ২৬ নৱেম্বৰ, ২০০৯ ১৯ ডিচেম্বৰ, ২০১৬

এতেকে ওপৰৰ কোম্পানীকেইটাই আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা(ক)ত সংজ্ঞাৰোপিত মতে, অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান হিচাপে ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৮৫২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?