RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78497916

এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ আৰ বি আইয়ে বাতিল কৰিছে

১৪ অক্টোবৰ, ২০১৬

এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ আৰ বি আইয়ে বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে নিম্নোলিখিত অনা-বেংকিং বিত্তীয় কোম্পানীটোৰ (এনবিএফচি) পঞ্জীয়ন প্ৰমাণ-পত্ৰ, ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আইন,১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি বাতিল কৰিছে।

ক্ৰমিক নং কোম্পানীটোৰ নাম কাৰ্যালয় ঠিকনা চিঅআৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেচাৰ্ছ কমফৰ্ট ইণ্টেক লিমিটেড ১০৬, আবকাৰ, আলগানি নগৰ, কালাৰ্লা, দমন-৩৯৬২১০ বি-০১. ০০৪১৯ ২৫ জুন, ২০০২ ২৮ ছেপ্টেম্বৰ,২০১৬

এতেকে, আৰ বি আই আইন,১৯৩৪ৰ ধাৰা ৪৫কৰ দফা (ক)ত দিয়া সংজ্ঞা মতে এই কোম্পানীটোৱে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান হিচাপে ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে।

অনিৰুদ্ধ ডি. যাদৱ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/৯৩১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?