RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493605

আৰ বি আইয়ে এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে

১৬ জানুৱাৰী, ২০১৭

আৰ বি আইয়ে এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আয়ে) ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোক্ত অনা-বেংকিং বিত্তীয় কোম্পানী (এন বি এফ চি)টোৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰখন বাতিল কৰিছে।

ক্ৰমিক নং কোম্পানীটোৰ নাম পঞ্জীকৃত কাৰ্যালয় ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিলকৰণ আদেশৰ তাৰিখ
মেছাৰ্ছ নুপূৰ কেপিটেলছ প্ৰাইভেট লিমিটেড ২০/A, প্ৰথম মহলা, প্লট নম্বৰ ১৬৪৬/৪৮, ১৮ ভাগ্যলক্ষ্মী বিল্ডিং, জে এছ এছ মাৰ্গ, কেনেডিব্ৰিডফে, গীৰগাঁও, মুম্বাই- ৪০০০০৪ ১৩.০১৮৩৪ ২০ ফেব্ৰুৱাৰী, ২০০৭ ১৬ নৱেম্বৰ, ২০১৬

পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিলকৰণৰ ফলস্বৰূপে এই কোম্পানীটোৱে আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ৰ অধীনত দিয়া নিবন্ধন মতে অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান এটাৰ ব্যৱসায়িক লেন-দেন কৰিব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৮৯৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?