RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491003

আৰ বি আইয়ে সাই নাগৰি সহকাৰী বেংক লিমিটেড, হাডগাঁৱৰ অনুজ্ঞা বাতিল কৰিছে

১৭ নৱেম্বৰ,২০১৬

আৰ বি আইয়ে সাই নাগৰি সহকাৰী বেংক লিমিটেড, হাডগাঁৱৰ অনুজ্ঞা বাতিল কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, সাই নাগৰি সহকাৰী বেংক লিমিটেড, হাডগাঁও, ২৬ আগষ্ট, ২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ শংকৰ নাগৰি সহকাৰী বেংক লিমিটেড, নানদেডৰ সৈতে চামিল হোৱা হেতুকে বেংকটোক জাৰি কৰা অনুজ্ঞা বাতিল কৰিছে। বেংকিং বিনিয়ম আইন, ১৯৪৯ (সমবায় সমিতিত প্ৰযোজ্য হোৱা) (এএচিএছ)ৰ ধাৰা ২২ৰ অধীনত ৰিজাৰ্ভ বেংকে এই বাতিলকৰণ কৰিছে।

অনিৰুদ্ধ ডি. যাদৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১২৪১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?