RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78477529

ভাৰচুৱেল কাৰেন্সিৰ ব্যৱহাৰকাৰীসকলক আৰ বি আয়ে সতৰ্ক কৰি দিছে

১ ফেব্ৰুৱাৰী, ২০১৭

ভাৰচুৱেল কাৰেন্সিৰ ব্যৱহাৰকাৰীসকলক আৰ বি আয়ে সতৰ্ক কৰি দিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বিটকইনচকে ধৰি ভাৰচুৱেল কাৰেন্সি (ভি চি)বোৰৰ ব্যৱহাৰকাৰী, ধাৰক আৰু কাৰবাৰীসকলক, ইয়াৰ নিহিত বিত্তীয়, কাৰ্যক্ষম, আইনগত, গ্ৰাহক সুৰক্ষা আৰু নিৰাপত্তা বিষয়ক বিপদশংকা জড়িত সম্ভাৱনাৰ বিষয়ে Press Release dated December 24, 2013 যোগে সতৰ্ক কৰি দিছিল।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ দ্বাৰা জ্ঞাপন কৰে যে এনে আঁচনি কাৰ্যক্ষম কৰিবলৈ অথবা বিটকন বা অন্য যিকোনো ভাৰচুৱেল কাৰেন্সি (কাৰ্যতঃমুদ্ৰা/পত্ৰমুদ্ৰা) লেনদেন কৰিবলৈ বেংকটোৱে কোনো সত্ত্বা/কোম্পানীক অনুজ্ঞাপত্ৰ দিয়া নাই। এতেকে, কোনো ধাৰক, ব্যৱহাৰকাৰী, বিনিয়োগকাৰী, কাৰবাৰী আদিয়ে ভাৰচুৱেল কাৰেন্সি লেনদেন কৰিলে নিজৰ বিপদশংকা লৈহে কৰিব।

জছ জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০৫৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?