RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78506479

আৰবিআইয়ে স্পষ্ট কৰে যে নগদ টকাৰ অভাৱ নাই

১৭ এপ্ৰিল, ২০১৮

আৰবিআইয়ে স্পষ্ট কৰে যে নগদ টকাৰ অভাৱ নাই

একাংশ প্ৰচাৰ মাধ্যমত প্ৰকাশ যে দেশখনৰ কিছুমান অঞ্চলত নগদ টকাৰ অভাব হৈছে।একেবাৰে আৰম্ভনিতে স্পটীকৰণ দিয়া হৈছে যে আৰবিআইৰ ভল্ট আৰু কাৰেঞ্চী চেস্ট সমুহত পৰ্যাপ্ত পৰিমানে নগদ টকা আছে। চাৰিটা নোট মূদ্ৰণ ছপাশালতো নোট মূদ্ৰণ ব্যপক কৰি তোলা হৈছে। এটিএম বিলাকত সঘনাই নোট ভৰোৱা আৰু এটিএম মেচিন বিলাকৰ হৈ থকা পূণৰ্বিন্যাসৰ বাবে কিছুমান অঞ্ছলত পৰিবহন সন্দৰ্ভত নগদ টকাৰ নাটনি অনুভূত হব পাৰে। আৰবিআইয়ে দুয়োটা প্ৰেক্ষাপটকে সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। আনকি, যিবিলাক অঞ্চলত ব্যাপক হাৰত নগদ ধন উলিওৱা হয়, তেনে অঞ্চলত অধিক সাৱধানতাৰ বাবে আৰবিআইয়ে নগদ টকা যোগানৰ ব্যৱস্থা কৰি আছে।

জোচ জে কট্টুৰ
মুখ্য মহাপ্ৰৱন্ধক

Press Release: 2017-2018/2758

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?