এক্সিছ বেংক সম্পৰ্কীয় গুজব আৰ বি আইয়ে খণ্ডন ক& - আৰবিআই - Reserve Bank of India
78490752
প্ৰকাশ কৰা তাৰিখ ডিচেম্বৰ 12, 2016
এক্সিছ বেংক সম্পৰ্কীয় গুজব আৰ বি আইয়ে খণ্ডন কৰিছে
১২ ডিচেম্বৰ, ২০১৬ এক্সিছ বেংক সম্পৰ্কীয় গুজব আৰ বি আইয়ে খণ্ডন কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি স্পষ্ট কৰি দিয়ে যে এক্সিছ বেংকৰ কেইটামান শাখাত নিৰ্দিষ্ট বেংকনোটৰ জমা/বিনিময় সম্পৰ্কীয় লেনদেনত কেতবোৰ গুৰুতৰ অনিয়ম বিষয়ে উত্থাপিত কেইটামান অভিযোগৰ পৰিপ্ৰেক্ষিতত এক্সিছ বেংকৰ বেংকিং অনুজ্ঞাপতচ্ৰ বাতিল কৰিবলৈ আৰ বি আইয়ে স্বীয় কাৰ্যতত্পৰতা লোৱা নাই। বেংটোৱে বেংকিং অনুজ্ঞাপত্ৰ হেৰুৱাব পাৰে বুলি একাংশ প্ৰচাৰ মাধ্যমত প্ৰচাৰিত গুজবৰ প্ৰতি লক্ষ্য ৰাখি এই স্পষ্টীকৰণ দিয়া হল। (আল্পনা কিল্লাৱালা) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৪৮৭ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?