RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492392

আৰ বি আয়ে গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, ছেকেণ্ডৰাবাদক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

৩ এপ্ৰিল, ২০১৭

আৰ বি আয়ে গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, ছেকেণ্ডৰাবাদক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ (সমবায় সমিতিত প্ৰযোজ্য মতে) অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই মৰ্মে নিৰ্দেশ দিয়ে যে গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, ছেকেণ্ডৰাবাদক জাৰি কৰা নিৰ্দেশনাটো ৪ এপ্ৰিল, ২০১৭ৰ ব্যৱসায় সামৰণিৰ পৰা ৩০ জুন,২০১৭ পৰ্যন্ত অধিকতৰ অবধিৰ বাবে, পুনৰীক্ষণ সাপেক্ষে প্ৰযোজ্য হৈ থাকিব।

প্ৰসঙ্গাধীন নিৰ্দেশনাটোৰ অন্যান্য চৰ্তাৱলী আৰু স্বৰ্তসমূহ অপৰিৱৰ্তিত থাকিব।

দিনাংক মাৰ্চ, ২৪, ২০১৭ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শন কৰা হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৬৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?