RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490528

আৰ বি আইয়ে ব্ৰহ্মাৱৰ্ত কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা ৬ জুলাই,২০১৭লৈকে সম্প্ৰসাৰিত কৰিছে

১৬ জানুৱাৰী, ২০১৭

আৰ বি আইয়ে ব্ৰহ্মাৱৰ্ত কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰ, উত্তৰ প্ৰদেশক
জাৰি কৰা নিৰ্দেশনা ৬ জুলাই,২০১৭লৈকে সম্প্ৰসাৰিত কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে ব্ৰহ্মাৱৰ্ত কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰক জাৰি কৰা নিৰ্দেশনা পুনৰীক্ষণ সাপেক্ষে ৭ জানুৱাৰী, ২০১৭ৰ পৰা ৬ জুলাই,২০১৭লৈকে অধিকতৰ ছমাহ অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে। বেংকিং বিনিয়ম আইন, ১৯৪৯ (এএচিএছ)ৰ ধাৰা ৩৫ ক ৰ অন্তৰ্গত বেংকটো ৭ জুলাই, ২০১৫ৰ পৰা নিৰ্দেশনাধীন হৈ আছে। ওপৰুক্ত নিৰ্দেশটোৰ সালসলনি ঘটাই ইয়াৰ বৈধতা ৬ জানুৱাৰী ২০১৭ লৈ সম্প্ৰসাৰিত কৰা হৈছিল। ৩০ ডিচেম্বৰ, ২০১৬ দিনাংকৰ নিৰ্দশটোযোগে, সেইটোকে ৬ জুলাই ২০১৭লৈকে অধিকতৰ সম্প্ৰসাৰিত কৰা হৈছে। দিনাংক ৩০ ডিচেম্বৰ, ২০১৬ৰ নিৰ্দেশটোৰ এটা প্ৰতিলিপি ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্দেশটোৰ সালসলনিক আপাতঃদৃষ্টিত বেংকটোৰ বিত্তীয় অৱস্থাৰ উন্নতি বা অৱনতি সূচোৱা বুলি ধৰি ল’ব নালাগে। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বেংকে নিৰ্দেশটোৰ সালসলনি ঘটোৱাটো বিবেচনা কৰিব পাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৮৯৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?