RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78474495

আৰ বি আয়ে হাৰ্ডই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

২৭ জানুৱাৰী, ২০১৭

আৰ বি আয়ে হাৰ্ডই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, হাৰ্ডই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, হাৰ্ভইক জাৰি কৰা নিৰ্দেশনা ৩০ জানুৱাৰী, ২০১৭ৰ পৰা ২৯ জুলাই, ২০১৭লৈ অধিকতৰ ছমাহ পুনৰীক্ষণ সাপেক্ষে সম্প্ৰসাৰিত কৰিছে। বেংকটো ২৯ জুলাই, ২০১৬ৰ পৰা বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (এএচিএছ) ধাৰা ৩৫কৰ অধীনত জাৰি কৰা মতে নিৰ্দেশনাধীন হৈ আছে। দিনাংক ২৩ জানুৱাৰী, ২০১৭ৰ নিৰ্দেশযোগে তাক ২৯ জুলাই, ২০১৭ পৰ্যন্ত সম্প্ৰসাৰিত কৰা হৈছে। দিনাংক ২৩ জানুৱাৰী, ২০১৭ৰ নিৰ্দেশনাৰ এটা প্ৰতিলিপি ৰাইজে পঢ়ি চাব পৰাকৈ বেংকটোৰ চৌহদত প্ৰদৰ্শিত হৈছে।

ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্দেশনাটোৰ এই সালসলনিক বেংকটোৰ বিত্তীয় অৱস্থাৰ উন্নতি বা অৱনতি বুলি আপাতঃদৃষ্টিত ধৰি লব নালাগে। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দেশনাটোৰ সালসলনি ঘটোৱাটো ৰিজাৰ্ভ বেংকে বিবেচনা কৰিব পাৰে।

অনিৰূদ্ধ ডি যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০২০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?