আৰ বি আয়ে ভাদহী আৰবান কো-অপাৰেটিভ বেংক লিমিটে - আৰবিআই - Reserve Bank of India
আৰ বি আয়ে ভাদহী আৰবান কো-অপাৰেটিভ বেংক লিমিটেডক, ভাদহীক দণ্ড বিহিছে
২৪ এপ্ৰিল,২০১৭ আৰ বি আয়ে ভাদহী আৰবান কো-অপাৰেটিভ বেংক লিমিটেডক, ভাদহীক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাদহী আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভাদহীৰ ওপৰত নামমাত্ৰ সদস্যতা উন্মোচন আচাৰ তথা বিধিগত/অন্যান্য বাধানিষেধ, বিজ্ঞোচিত আন্তঃবেংক নিতান্ত উন্মোচন সীমা আৰু আন্তঃবেংক বিপৰীত পক্ষ সীমা, আপোনাৰ গ্ৰাহকক জনা সন্দৰ্ভত নীতি আৰু প্ৰথা বিষয়ক আৰ বি আই নিৰ্দেশনা/নিৰ্দেশিকা উলংঘনৰ বাবে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে)ৰ ধাৰা ৪৬ক(৪) সহিতে পঠিত ধাৰা ৪৭ক(১)(গ)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি বেংকটোৰ ওপৰত ২০,০০০ টকা (বিশ হাজাৰ টকা মাত্ৰ)ৰ অৰ্থদণ্ড আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক এক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল যাৰ সমিধানত বেংকটোৱে এক লিখিত উত্তৰ দাখিল কৰিছিল। ঘটনাৰ প্ৰকৃত সত্য বিবেচনা কৰি ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘনসমূহ সাব্যস্ত হৈছে আৰু দণ্ডাৰোপন প্ৰমাণসাধ্য। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮৭৫ |