RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490305

আৰ বি আয়ে ড০ পঞ্জৱৰাও দেশমুখ আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, অম্ৰাৱতী (মহাৰাষ্ট্ৰ)ক অৰ্থদণ্ড বিহিছে

২৬ এপ্ৰিল,২০১৭

আৰ বি আয়ে ড০ পঞ্জৱৰাও দেশমুখ আৰবান কো-অপাৰেটিভ বেংক লিমিটেড,
অম্ৰাৱতী (মহাৰাষ্ট্ৰ)ক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ড০ পঞ্জৱৰাও দেশমুখ আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, অম্ৰাৱতীয়ে আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) আচাৰ উলংঘন কৰা বাবে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে)ৰ ধাৰা ৪৬ (৪) সহিতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ উপৱন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি বেংকটোৰ ওপৰত ৫.০০ লাখ টকা (পাঁচ লাখ টকা মাত্ৰ)ৰ অৰ্থদণ্ড আৰোপ কৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকটোক এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল, যাৰ সমিধানত এক লিখিত উত্তৰ দাখিল কৰিছিল। ঘটনাৰ সত্যসত্যৰ বিবেচনা আৰু বিষয়টো সন্দৰ্ভত বেংকটোৰ উত্তৰ বিবেচনা কৰাৰ পাছত ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে উলংঘন সাব্যস্ত হৈছে আৰু দণ্ডৰ আৰোপ প্ৰমাণসাধ্য।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৯১২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?