RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490082

আৰ বি আয়ে ইক’-ইণ্ডিয়া ফাইনেন্সিয়েল চাৰ্ভিছেজ প্ৰাইভেট লিমিটেডক দণ্ড বিহিছে

২১ মাৰ্চ, ২০১৭

আৰ বি আয়ে ইক’-ইণ্ডিয়া ফাইনেন্সিয়েল চাৰ্ভিছেজ প্ৰাইভেট লিমিটেডক দণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে, আৰ বি আই নিৰ্দেশনা মানি নচলা আৰু ভ্ৰান্তিজনক ৰিপৰ্টিঙৰ বাবে পি এছ এছ আইন, ২০০৭ৰ ধাৰা ৩০ৰ উপবন্ধসমূহৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ইক’-ইণ্ডিয়া ফাইনেন্সিয়েল চাৰ্ভিছেজ প্ৰাইভেট লিমিটেড (সত্ত্বা)ৰ ওপৰত ৫,০০,০০০ টকা (পাঁচ লাখ টকা মাত্ৰ)ৰ অৰ্থদণ্ড আৰোপ কৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ পূৰ্বে ৰিটাৰ্ণবোৰৰ পংখানুপুংখ পৰীক্ষণৰ ভিত্তিত সত্ত্বাটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল যাৰ সমিধানত সত্ত্বাটোৱে লিখিত উত্তৰ দাখিল কৰিছিল। ঘটনাটোৰ প্ৰকৃত সত্য আৰু সত্ত্বাটোৱে দাখিল কৰা বক্তব্যৰ বিবেচনাৰ অন্তত ৰিজাৰ্ভ বেংক এই নিৰ্ণয়লৈ আহে যে অভিযোগবোৰ সাব্যস্ত হৈছে।

অনিৰুদ্ধ ডি. যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫১৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?