RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

132652012

আৰ বি আইয়ে ডেৰাডুনত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে

২৩ ডিচেম্বৰ,২০১৬

আৰ বি আইয়ে ডেৰাডুনত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে

সাম্প্ৰতিক সময়ছোৱাত বেংকিং নেটৱৰ্কৰ যথেষ্ট বৃদ্ধি আৰু কানপুৰস্থিত বৰ্তমানৰ লোকপাল কাৰ্যালয়ৰ বিশাল ক্ষেত্ৰাধিকাৰৰ বিষয়ে বিচাৰ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে, ডেৰাডুনত বেংকিং লোকপালৰ কাৰ্যালয়টো স্থাপন কৰে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেৰাডুনস্থিত ক্ৰাযালয়ত স্থাপন কৰা বেংকিং লোকপাল কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰত উত্তৰাখণ্ড ৰাজ্য আৰু চাহাৰানপুৰ, শ্বামলি (প্ৰবোধ নগৰ), মুজাফ্ফৰ নগৰ, বাঘপট, মীৰাট, বিজনৰ আৰু আমৰোহা (জ্যোতিবা ফুলে নগৰ)কে ধৰি বৰ্তমানলৈ কানপুৰস্থিত অ বি অৰ ক্ষেত্ৰাধিকাৰত থকা পশ্চিম উত্তৰ প্ৰদেশৰ জিলা সাতখনো অন্তৰ্ভুক্ত হৈছে।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৬৪২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?