আৰ বি আয়ে ৰায়পুৰত বেংকিং লোকপালৰ কাৰ্যালয় খু - আৰবিআই - Reserve Bank of India
132654577
প্ৰকাশ কৰা তাৰিখ
এপ্ৰিল 17, 2017
আৰ বি আয়ে ৰায়পুৰত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে
১৭ এপ্ৰিল, ২০১৭ আৰ বি আয়ে ৰায়পুৰত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে সাম্প্ৰতিক কালছোৱাত বেংকিং নেটৱৰ্কত তাত্পৰ্যপূৰ্ণ বৃদ্ধি আৰু ভূপালস্থিত বেংকিং লোকপাল কাৰ্যালয়টোৰ বৃহত্ ক্ষেত্ৰাধিকাৰ বিবেচনা কৰি ৰিজাৰ্ভ বেংকে ছত্তীশগড় ৰাজ্যৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক, ৰায়পুৰত বেংকিং লোকপাল কাৰ্যালয় স্থাপন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰায়পুৰস্থ বেংকিং লোকপাল কাৰ্যালয়ে সমগ্ৰ ছত্তীশগড় ৰাজ্যৰ ক্ষেত্ৰাধিকাৰ পাব যিখিনি অদ্যপৰিমিত বেংকিং লোকপাল কাৰ্যালয়, ভূপালৰ অধীনত আছিল। শ্বেতা মহিলে প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৭৯৮ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?