RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78469449

আৰ বি আইৰ কৃষি বেংকিং মহাবিদ্যালয কেচ ৰাইটিং প্ৰতিযোগিতা, ২০১৬ৰ
ফলাফলসমূহ ঘোষণা কৰিছে

আগষ্ট ২৬, ২০১৬

আৰ বি আইৰ কৃষি বেংকিং মহাবিদ্যালয কেচ ৰাইটিং প্ৰতিযোগিতা, ২০১৬ৰ
ফলাফলসমূহ ঘোষণা কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৃষি বেংকিং মণ্ডলী, পুণেই কেচ ৰাইটিং প্ৰতিযোগিতা, 2016ৰ ফলাফলসমূহ ঘোষণা কৰিছে।

স্থান অংশগ্ৰহণকাৰীৰ নাম পদবী বেংক
প্ৰথম শ্ৰীমতী মৌলি সঞ্জীৱ বডিৱালা মেনেজাৰ কালুপুৰ কমাৰ্চিয়েল সমবায় বেংক লিঃ
দ্বিতীয় শ্ৰী বিনীত কুমাৰ জৈন চিনিয়ৰ মেনেজাৰ বেংক অব বৰোদা
তৃতীয় শ্ৰী সুপ্ৰিয় সাহা এচিষ্টেণ্ট মেনেজাৰ বঙ্গীয় গ্ৰামীণ বিকাশ বেংক

মহাবিদ্যালয ফেব্ৰুৱাৰী, 2016ত এই বিষয়বস্তুৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰেঃ “এম এছ এম ই ঋণীক উদ্ভাৱনপূৰ্ণভাৱে ঋণদান। অনুসূচিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক (RRB), ৰাজ্যিক সমবায় বেংক, চহৰীয়া সমবায় বেংক আৰু অনা-বেংকিং বিত্তীয় কোম্পানীৰ কৰ্মচাৰীসকলৰ বাবে এই প্ৰতিযোগিতা পতা হৈছিল। বেংকিং আৰু বিদ্যায়তনিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ নিৰ্বাচক মহাবিদ্যালয তিনিটা বিচাৰ মানৰ ভিত্তিত প্ৰৱিষ্টিসমূহ মূল্যায়ন কৰে – (ক) অন্যান্য বেংকাৰক সংবেদী কৰাকৈ থকা সংঘটন/কাহিনীৰ সম্ভাৱ্যতা (50% গুৰুত্ব), (খ)সমাধানৰ কৌশলী দক্ষতা (25% গুৰুত্ব) আৰু (গ) উপস্থাপন, ভাষা আৰু সহজ বোধগম্যতা (25% গুৰুত্ব)।

বিজেতাসকলক প্ৰমাণপত্ৰৰ উপৰিও 20,000 টকা (প্ৰথম পুৰস্কাৰ), 15,000 টকা (দ্বিতীয় পুৰস্কাৰ) আৰু 10,000 টকা (তৃতীয় পুৰস্কাৰ) নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৫১৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?