RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78488317

আৰ বি আইয়ে বেংক অব গায়েনাৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে

২০ এপ্ৰিল,২০১৭

আৰ বি আইয়ে বেংক অব গায়েনাৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়”
সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক অব গায়েনাৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত সম্পাদন কৰিছে।

বেংক অব গায়েনাৰ হৈ গৱৰ্ণৰ ড০ গোবিন্দ এন. গাংগাই আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ গৱৰ্ণৰ ড০ উৰজিত্ আৰ. পেটেলে এম অ’ ইউখনত স্বাক্ষৰ দান কৰে।

ৰিজাৰ্ভ বেংকে, অধিকতৰ সহযোগিতা আৰু তদাৰকী তথ্য বিনিময়ৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে কেইবাখনো দেশৰ তদাৰকসকলৰ সৈতে বুজাপৰাৰ চুক্তি, তদাৰকী সহযোগিতা পত্ৰ আৰু সহযোগিতা প্ৰবিৱৰণ সম্পাদন কৰিছে। এইখনকে ধৰি আৰ বি আয়ে ৪০খন এনে এম অ’ ইউ, এখন তদাৰকী সহযোগিতা পত্ৰ আৰু এখন সহযোগিতা প্ৰবিৱৰণ স্বাক্ষৰ কৰিলে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮৪২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?