RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78477868

“ ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সোণালীজয়ন্তী” ৰ স্মাৰক ৰুপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৫ টকীয়ামুদ্ৰাৰ প্ৰচলন

৩চেপ্তেম্বৰ, ২০১৫

“ ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সোণালীজয়ন্তী” ৰ
স্মাৰক ৰুপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৫ টকীয়ামুদ্ৰাৰ প্ৰচলন

ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে ভাৰত চৰকাৰৰ দ্বাৰা মুদ্ৰিত(তৈয়াৰী)৫ টকীয়া মুদ্ৰা ভাৰত-পাকিস্থানৰ ১৯৬৫চনৰ যুদ্ধৰ সোণালীজয়ন্তীৰ স্মাৰকৰুপে প্ৰচলন কৰিব ।

মুদ্ৰাটোৰ চানেকিত আছে:

সমুখ ফালে: মাজতে সিংহআৱক্ষৰ অশোক স্তম্ভটিৰ পাদস্থানত“সত্যমেৱ জয়তে”শব্দাৱলী খোদিত হব ।তাৰ বাওঁ কাষৰত দেবনাগৰী আখৰেৰে “ভাৰত” শব্দটি আৰু সোঁ কাষৰত ‘ইন্ডিয়া’শব্দটো ইংৰাজী আখৰেৰে খোদিত থাকিব। তাতে টকাৰসূচক ‘₹’ আৰু আন্তৰ্ৰাষ্ট্ৰীয় মূল্যবৰ্গ ৫ সংখ্যাটি সিংহ আৱক্ষৰ তলত লিখা থাকিব ।

ওলোটা ফালে: সোঁমাজতে দেবনাগৰী আখৰেৰে ”বীৰতা আৰু বলিদান”খোদিত থকাৰ বাওঁফালে জলপাই ডালৰসৈতে অমৰ জৱান স্মৃতিচিহ্ন আৰু মাজৰ সোঁফালে ‘ভেলাৰ এন্ড সেক্ৰিফাইচ’ লিখা থাকিব। স্মৃতিচিহ্নটিৰ তলতেই ২০১৫চন লিখা আছে । মুদ্ৰাটিৰ ওপৰৰ গোলাৰ্দ্ধত “১৯৬৫ চনৰ সামৰিক অভিযানৰ সোনালীজয়ন্তী বৰ্ষ”আৰু তলৰ গোলাৰ্দ্ধত ইংৰাজী আখৰেৰে “গোল্ডেন জুবিলী, ১৯৬৫ অপাৰেসনস” বুলি খোদিত থাকিব।

আল্পনা কিল্লাৱালা
প্ৰধান মুখ্য মহাপ্ৰবন্ধক

প্ৰেছ বিগ্গপ্তি : ২০১৫-১৬ /৫৭৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?