RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78477868

“ ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সোণালীজয়ন্তী” ৰ স্মাৰক ৰুপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৫ টকীয়ামুদ্ৰাৰ প্ৰচলন

৩চেপ্তেম্বৰ, ২০১৫

“ ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সোণালীজয়ন্তী” ৰ
স্মাৰক ৰুপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৫ টকীয়ামুদ্ৰাৰ প্ৰচলন

ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে ভাৰত চৰকাৰৰ দ্বাৰা মুদ্ৰিত(তৈয়াৰী)৫ টকীয়া মুদ্ৰা ভাৰত-পাকিস্থানৰ ১৯৬৫চনৰ যুদ্ধৰ সোণালীজয়ন্তীৰ স্মাৰকৰুপে প্ৰচলন কৰিব ।

মুদ্ৰাটোৰ চানেকিত আছে:

সমুখ ফালে: মাজতে সিংহআৱক্ষৰ অশোক স্তম্ভটিৰ পাদস্থানত“সত্যমেৱ জয়তে”শব্দাৱলী খোদিত হব ।তাৰ বাওঁ কাষৰত দেবনাগৰী আখৰেৰে “ভাৰত” শব্দটি আৰু সোঁ কাষৰত ‘ইন্ডিয়া’শব্দটো ইংৰাজী আখৰেৰে খোদিত থাকিব। তাতে টকাৰসূচক ‘₹’ আৰু আন্তৰ্ৰাষ্ট্ৰীয় মূল্যবৰ্গ ৫ সংখ্যাটি সিংহ আৱক্ষৰ তলত লিখা থাকিব ।

ওলোটা ফালে: সোঁমাজতে দেবনাগৰী আখৰেৰে ”বীৰতা আৰু বলিদান”খোদিত থকাৰ বাওঁফালে জলপাই ডালৰসৈতে অমৰ জৱান স্মৃতিচিহ্ন আৰু মাজৰ সোঁফালে ‘ভেলাৰ এন্ড সেক্ৰিফাইচ’ লিখা থাকিব। স্মৃতিচিহ্নটিৰ তলতেই ২০১৫চন লিখা আছে । মুদ্ৰাটিৰ ওপৰৰ গোলাৰ্দ্ধত “১৯৬৫ চনৰ সামৰিক অভিযানৰ সোনালীজয়ন্তী বৰ্ষ”আৰু তলৰ গোলাৰ্দ্ধত ইংৰাজী আখৰেৰে “গোল্ডেন জুবিলী, ১৯৬৫ অপাৰেসনস” বুলি খোদিত থাকিব।

আল্পনা কিল্লাৱালা
প্ৰধান মুখ্য মহাপ্ৰবন্ধক

প্ৰেছ বিগ্গপ্তি : ২০১৫-১৬ /৫৭৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?