RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78497140

আৰ বি আইয়ে উভয় সংখ্যাসূচীত ক্ৰমাগত বৰ্ধিত আকাৰৰ সংখ্য়াৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে, আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০ টকীয়া বেংকনোট জাৰি কৰিব

১৯ ডিচেম্বৰ,২০১৬

আৰ বি আইয়ে উভয় সংখ্যাসূচীত ক্ৰমাগত বৰ্ধিত আকাৰৰ সংখ্য়াৰে আৰু মুদ্ৰাংকন ছাপ
অবিহনে, আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০ টকীয়া বেংকনোট জাৰি কৰিব

ভাৰতীয় ৰিজাৰ্ভ বেংকে, উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত ‘R’ আখৰেৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত আৰু বেংকনোটৰ ওলোটা পিঠিত ছপাবৰ্ষ ২০১৬ ছপা কৰা, মহাত্মা গান্ধী শৃংখলা ২০০৫ত অচিৰে ৫০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব।

সংখ্যা সূচীসমূহত ক্ৰমবৰ্দ্ধমান আকাৰৰ আখৰ বিশিষ্ট এই বেংকনোটবোৰ Press Release : 2016-17/1403 dated December 4, 2016যোগে মহাত্মা গান্ধী শৃংখলাত পূৰ্বে জাৰি কৰা ৫০ টকীয়া বেংক নোটবোৰৰ সদৃশ হব।

(বিশদ জনাৰ বাবে লগতে উল্লেখ লওক - Press Release : 2016-17/751 dated September 23, 2016 ।

বেংকে পূৰ্বে জাৰি কৰা ৫০ টকা মুদ্ৰাবৰ্গৰ সকলো বেংকনোট বৈধ মুদ্ৰা হিচাপে পৰিগণিত হৈ থাকিব।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৭৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?