RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490835

আৰ বি আইয়ে ২০১১ লোকপিয়ল মতে ব্ৰান্স লকেটৰ শেহতীয়া তথ্যভিত্তিক কৰিছে

১ নৱেম্বৰ, ২০১৬

আৰ বি আইয়ে ২০১১ লোকপিয়ল মতে
ব্ৰান্স লকেটৰ শেহতীয়া তথ্যভিত্তিক কৰিছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বাণিজ্যিক বেংকবিলাকৰ শাখা/কাৰ্যালয়ৰ তালিকা থকা ইয়াৰ ৱেবছাইটৰ এটা লিংক- ব্ৰান্স লকেটৰটো শেহতীয়া তথ্যভিত্তিক কৰিছে। লিংকটোত এতিয়া ২০১১ লোকপিয়ল মতে সংশোধিত ভিত্তিত বিভিন্ন জনসংখ্যা গোটত শ্ৰেণী নিৰ্ণয় কৰা হৈছে। আৰ বি আই চাৰ্কুলাৰ (আৰবিআই/২০১৬-১৭/৬০/ডিবিআৰ নং বিএপিডি.বিচি.১২/২২.০১.০০১/২০১৬-১৭ দিনাংক ১ ছেপ্টেম্বৰ,২০১৬)ত উল্লেখমতে, লোকপিয়ল ২০১১ অনুযায়ী কেন্দ্ৰবোৰৰ জনসংখ্যা গোট শ্ৰেণী নিৰ্ণয়ৰ কাৰ্যকৰী তাৰিখ হৈছে ১ ছেপ্টেম্বৰ,২০১৬।

বেংক শাখা/কাৰ্যালয় অৱস্থিত কেন্দ্ৰবোৰ (গাঁও/চহৰ), শেহতীয়া লোকপিয়ল (২০১১) তথ্য অনুসাৰে জনসংখ্যাৰ ভিত্তিত চাৰিটা শ্ৰেণীত (গাঁও, অৰ্ধ চহৰ, চহৰ আৰু মহানগৰ) বিভাজন কৰা হৈছে। ব্ৰান্স লকেটৰৰ সূচী সম্পৰ্কীয় টোকা আৰু লিংকত (/en/web/rbi/-/guidelines-for-identifying-census-centres-2035) চিনাক্তকৰণত ব্যৱহৃত বিশদ নিৰ্দেশনামাও শেহতীয়া তথ্যভিত্তিক কৰা হৈছে।

আৰ বি আইৰ ব্ৰান্স প্ৰাধিকাৰ সম্পৰ্কীয় আৰ বি আই মাষ্টাৰ চাৰ্কুলাৰ অনুযায়ী বেংকিংবিলাকে দাখিল কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে তথ্যবোৰ সংকলন কৰিছে।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১০৮১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?