RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490111

আৰ বি আইয়ে ক্ৰমবৰ্দ্ধিত চি আৰ আৰ প্ৰত্যাহাৰ কৰিছে

৭ ডিচেম্বৰ, ২০১৬

আৰ বি আইয়ে ক্ৰমবৰ্দ্ধিত চি আৰ আৰ প্ৰত্যাহাৰ কৰিছে

November 26, 2016ত ৰিজাৰ্ভ বেংকে ১৬ ছেপ্টেম্বৰ, ২০১৬ আৰু ১১ নৱেম্বৰ, ২০১৬ৰ মাজত ২৬ নৱেম্বৰ, ২০১৬ত আৰম্ভ হোৱা পষেকত কাৰ্যকৰী হোৱাকৈ সূচীভুক্ত বেংকসমূহৰ শুদ্ধ চাহিদা আৰু সময় দেয়তা (এন ডি টি এল)ত এশ শতাংশৰ ক্ৰমবৰ্দ্ধমান নগদ আৰক্ষণ অনুপাত (চি আৰ আৰ) ঘোষণা কৰে। ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটবোৰৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰৰ ফলত নগদীত হোৱা বৃহত্ বৃদ্ধিৰ এটা অংশ পোষণৰ উদ্দেশ্যে এই ঘোষণা কৰা হৈছিল। ক্ৰমবৰ্দ্ধমান চি আৰ আৰ এক সাময়িক পদক্ষেপ বুলি আভাস দিয়া হৈছিল। ৯ ডিচেম্বৰ,২০১৬ বা তাৰ আগতেও ইয়াক পুনৰীক্ষণ কৰা হব বুলি কোৱা হৈছিল।

বজাৰ সুস্থিৰকৰণ আঁচনি (এম এছ এছ)ৰ অন্তৰ্গত প্ৰতিভূতি জাৰিৰ বাবে থকা সৰ্বোচ্চ সীমা ৬,০০০ বিলিয়ন টকালৈ বৃদ্ধি কৰাত ১০ ডিচেম্বৰ,২০১৬ত আৰম্ভ পষেকটোত কাৰ্যকৰী ক্ৰমবৰ্দ্ধমান চি আৰ আৰ প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হল। ক্ৰমবৰ্দ্ধমান চি আৰ আৰ প্ৰত্যাহাৰৰ দ্বাৰা নিৰ্গত নগদী এম এছ এছ জাৰি আৰু নগদী সমিলমিল সুবিধা (এল এ এফ) অভিযানেৰে মিশ্ৰিত পোষণ কৰিব।

(আল্পনা কিল্লাৱালা)
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৪৪৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?