RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136325349

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ নগদ উলিওৱাৰ সীমা

আৰবিআই/২০১৬-১৭/১২৪
ডিচিএম (পিএলজি) নং ১২৫৬/১০.২৭.০০/২০১৬-১৭

১১ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়,

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ নগদ উলিওৱাৰ সীমা

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলজি) নং ১২৫৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ১০ নৱেম্বৰ,২০১৬ৰ উল্লেখ কৰক আৰু এই সন্দৰ্ভত নিম্নোক্ত অতিৰিক্ত নিৰ্দেশাৱলী চাই লওক-

২. চৰকাৰী বিভাগসমূহক ব্যতিক্ৰমী ক্ষেত্ৰত, নগদ আৱশ্যকতাৰ বিষয়ে যুক্তিযুক্ত লিখিত প্ৰমাণ উপস্থাপন কৰিব পাৰিলে নিৰ্দ্ধাৰিত ১০,০০০ টকাতকৈ অধিক ৰাশি উলিয়াবলৈ মহা-প্ৰৱন্ধক বা উচ্চতৰ মৰ্যাদাৰ বিষয়াৰ ঐচ্ছিক সিদ্ধান্ত অনুসাৰে অনুমতি দিব পাৰে।

আপোনাৰ বিশ্বাসী

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?