RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136325110

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্রা বৈশিষ্ট্য প্রত্যাহাৰ – ৰিপৰ্টিং আৰু মণিটৰিং এটিএম /কাউণ্টাৰযোগে বেংক নোট জাৰি সম্পৰ্কীয় তথ্য

আৰবিআই/২০১৬-১৭/১২৮
ডিচিএম (পিএলজি) নং ১২৬৮/১০.২৭.০০/২০১৬-১৭

১২ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়,

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্রা বৈশিষ্ট্য প্রত্যাহাৰ – ৰিপৰ্টিং আৰু মণিটৰিং এটিএম /কাউণ্টাৰযোগে বেংক নোট জাৰি সম্পৰ্কীয় তথ্য

অনুগ্ৰহ কৰি বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংক নোটৰ পৰা বৈধ মুদ্ৰা বিশিষ্টাখিনি প্ৰত্যাহাৰ বিষয়ক আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলজি)নং ১২৬৪/১০.২৭.০০/২০১৬-১৭ দিনাংক ১১ নৱেম্বৰ,২০১৬ –ৰিপৰ্টিং আৰু মণিটৰিং উনুকিয়াওক।

২. ওপৰৰ অনুক্ৰমে এইমৰ্মে সিদ্ধান্ত লোৱা হল যে বেংকবিলাকে, কাউণ্টাৰৰ পৰা আৰু এটিএমৰ পৰা গ্ৰাহকে উলিওৱা নগদ ৰাশিৰ দৈনিক তথ্যপাতি দাখিল কৰিব লাগিব। সেইমতে সংলগ্ন পত্ৰ ৬-কৰ সংশোধন ঘটাই ইয়াৰ লগত দিয়া হল। আমাৰ ফালৰ পৰা এই তথ্যপাতি একত্ৰিত কৰাৰ সুবিধাৰ্থে, ১৩ নৱেম্বৰ,২০১৬ৰ পৰা সংলগ্ন পত্ৰ ৬-কৰ উপৰিও এক্সেল পাইলত আমাক তথ্যপাতি যোগান ধৰিবলৈ আপোনাক অনুৰোধ জনোৱা হল। অনুগ্ৰহ কৰি মন কৰিব যে এনে দৈনিক ৰিপৰ্টবোৰ মেইল কৰিব লাগিব।
 
আপোনাৰ বিশ্বাসী

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?