RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78535089

বিটকইনকে ধৰি কাৰ্যতঃ মুদ্ৰাৰ বিপদশংকাৰ সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ সতৰ্কীকৰণ

৫ ডিচেম্বৰ, ২০১৭

বিটকইনকে ধৰি কাৰ্যতঃ মুদ্ৰাৰ বিপদশংকাৰ সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ সতৰ্কীকৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২৪ ডিচেম্বৰ, ২০১৩ত কাৰ্যতঃ মুদ্ৰা (ভিচি)ত লেনদেন কৰাৰ সৈতে জড়িত অৰ্থনৈতিক, বিত্তীয় পৰিচালনমূলক, বিধিগত, গ্ৰাহক সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় সম্ভাৱ্য বিপদশংকাৰ সন্দৰ্ভত বিটকইনকে ধৰি কাৰ্যতঃ মুদ্ৰা (ভিচি)বোৰৰ ব্যৱহাৰকাৰী, ধাৰক আৰু ব্যৱসায়ীসকলক সকিয়নী দি জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিখনৰ প্ৰতি জনসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰা হল।

Press Release dated February 1, 2017 যোগে প্ৰেছ বিজ্ঞপ্তিত আৰ বি আয়ে লগতে স্পষ্ট কৰি দিছিল যে এনে আঁচনি পৰিচালন কৰিবলৈ অথবা বিটকইন বা যিকোনো ভিচিৰ সৈতে লেনদেন কৰিবলৈ কোনো সত্ত্বা/কোম্পানীক আৰ বি আয়ে কোনো অনুজ্ঞা/কৰ্তৃত্ত্ব প্ৰদান কৰা নাই।

বহু ভিচিৰ সমাদৰ তাত্পৰ্যপূৰ্ণভাৱে বৃদ্ধি পোৱা আৰু প্ৰাৰম্ভিক মুদ্ৰা উত্সৰ্গত দ্ৰুত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আৰ বি আয়ে পূৰ্বৰ প্ৰেছ বিজ্ঞপ্তিবোৰত জ্ঞাপিত উদ্বেগবোৰ দোহাৰিছে।

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৫৩০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?