RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78482618

ভাৰতীয় ৰিজাৰ্ভ বেংক আন্তঃবেংক হিন্দী ৰচনা প্ৰতিযোগিতা ২০১৬-১৭ – ফলাফল ঘোষণা

২০ মাৰ্চ, ২০১৭

ভাৰতীয় ৰিজাৰ্ভ বেংক আন্তঃবেংক হিন্দী ৰচনা প্ৰতিযোগিতা ২০১৬-১৭ – ফলাফল ঘোষণা

বেংকিং বিষয়সমূহৰ ওপৰত হিন্দীত মৌলিক লেখনিত উত্সাহিত কৰাৰ উদ্দেশ্যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতি বছৰৰ দৰে ২০১৬-১৭ বৰ্ষৰ বাবেও আন্তঃবেংক হিন্দী ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল য’ত ৰাজহুৱা খণ্ডৰ বেংকসমূহ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলে (ৰাজভাষা বিষয়া আৰু অনুবাদকসকলৰ বাদে) অংশগ্ৰহণ কৰে। ওপৰত উল্লেখিত প্ৰতিযোগিতাৰ ফলাফলসমূহ নিম্নোক্তধৰণৰ-

ভাষিক ক্ষেত্ৰ ‘ক’ (মাতৃভাষা হিন্দী, মৈথিলী, উৰ্দু)
স্থান প্ৰতিযোগীৰ নাম আৰু পদ নাম ঠিকনা
প্ৰথম শ্ৰীমতী প্ৰিয়ংকা গুপ্তা, সহকাৰী প্ৰৱন্ধক অন্ধ্ৰ বেংক, কলকাতা
দ্বিতীয় শ্ৰীমতী অপৰাজিতা গুপ্তা, সহকাৰী প্ৰৱন্ধক অন্ধ্ৰ বেংক, মীৰাট
তৃতীয় শ্ৰী অনিল কুমাৰ, জ্যেষ্ঠ প্ৰৱন্ধক বেংক অব বৰোডা, লক্ষ্ণৌ
ভাষিক ক্ষেত্ৰ ‘খ’ (মাতৃভাষা মাৰাঠী, পঞ্জাৱী, সিন্ধি, কোংকনী, গুজৰাটী)
প্ৰথম শ্ৰীমতী বিদুলা মোহন কোঠেকৰ, সহকাৰী প্ৰৱন্ধক ভাৰতীয় ৰিজাৰ্ভ বেংক, পুণে
দ্বিতীয় শ্ৰী বিজয় ৰামদাস, সহকাৰী প্ৰৱন্ধক অন্ধ্ৰ বেংক, ওংগোলা
তৃতীয় শ্ৰী বিনোদ চন্দ্ৰশেখৰ দীক্ষিত, প্ৰৱন্ধক বেংক অব ইণ্ডিয়া, আহমেদাবাদ
ভাষিক ক্ষেত্ৰ ‘গ’ (‘ক’ আৰু ‘খ’ৰ বাদে মাতৃভাষাসমূহ)
প্ৰথম শ্ৰী ধ্ৰুৱ মুখাৰ্জী, জ্যেষ্ঠ প্ৰৱন্ধক এলাহাবাদ বেংক, কলকাতা
দ্বিতীয় শ্ৰী ৰমেশ চন্দ্ৰ ভট্ট, বিশেষ সহায়ক পঞ্জাৱ নেশ্যনেল বেংক, জম্মু
তৃতীয় শ্ৰীমতী নৈনা চি. দাস, বিষয়া কানাড়া বেংক, বেলগাৱী

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫০৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?