সংশোধিত কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) আঁচনি
আৰবিআই/২০১৬-১৭/৮৪ ১৩ অক্টোবৰ,২০১৬ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়াসকল মহাশয়/মহাশয়া, সংশোধিত কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) আঁচনি ওপৰোক্ত বিষয় সন্দৰ্ভত আমাৰ চাৰ্কুলাৰ আৰপিচিডি.এফএছডি.বিচি.নং২৩/০৫/০৯/২০১২-১৩ দিনাংক ৭ আগষ্ট,২০১২ উনুকিয়ায় যেন। ২. সংলগ্ন পত্ৰত উল্লেখ কৰা অনুযায়ী সংশোধিত কেচিচি আঁচনিৰ দউফা ১৩ত কেতবোৰ সালসলনি ঘটোৱা হৈছে। সকলো বেংককে এই সংশোধিত নিৰ্দেশাৱলীৰ বুজ লবলৈ আৰু তত্কালে কাৰ্যকৰী হোৱাকৈ সংশোধিত নিৰ্দেশাৱলীৰ ব্যৱস্থা পৰামৰ্শ দিয়া হল। আপোনালোকৰ বিশ্বাসী (উমা শংকৰ) সংলগ্ন – ওপৰত উল্লেখ মতে |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: