RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78533914

2018-19 বৰ্ষৰ মৌদ্ৰিক নীতি সমিতি বৈঠকৰ সংশোধিত কাৰ্যসূচী

১৬ মে, ২০১৮

2018-19 বৰ্ষৰ মৌদ্ৰিক নীতি সমিতি বৈঠকৰ সংশোধিত কাৰ্যসূচী

2018-19 বৰ্ষৰ মৌদ্ৰিক নীতি সমিতি (এমপিচি)-ৰ বৈঠকৰ কাৰ্যসূচী 21 মাৰ্চ 2018 ৰ প্ৰেছ বিজ্ঞপ্তি 2017-2018/2504 ৰ জৰিয়তে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰচাৰিত কৰা হৈছিল । কিছু প্ৰশাসনিক বাধ্যবাধকতাৰ বাবে, 2018-2019 ৰ দ্বিতীয় দুমহীয়া মৌদ্ৰিক নীতি বৈঠক 5-6 জুনৰ সলনি জুন 4-6, 2018 ত আয়োজিত কৰা হ’ব । 2018-19 বৰ্ষৰ অন্য কোনো এমপিচি বৈঠকৰ তাৰিখৰ সাল-সলনি হোৱা নাই ।

জোচ জে কট্টুৰ
মুখ্য মহাপ্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি : 2017-2018/3015

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?