RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494021

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-১ : জাৰি মূল্য

১৫ জুলাই, ২০১৬

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-১ : জাৰি মূল্য

GoI notification F.No.4(7)-W&M/2016 আৰু RBI circular IDMD.CDD.No.2020/14.04.050/2016-17 dated July 14, 2016 অনুযায়ী, ১৮ জুলাইৰ পৰা ২২ জুলাই, ২০১৬লৈ চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ৰ শৃংখলা-১, ক্ৰয়-নিবিদাৰ বাবে মুকলি কৰা হ’ব। চভাৰেইন গল্ড বণ্ডৰ জাৰি মূল্য প্ৰতি গ্ৰাম সোণত ৩১১৯ টকাত (তিনি হাজাৰ এশ উনৈশ টকাত) স্থিৰ কৰা হৈছে। ১১ জুলাইৰ পৰা ১৫ জুলাই, ২০১৬ৰ সপ্তাহটোৰ বাবে, ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যনে (আৰ বি জে এ) প্ৰকাশ কৰা মতে ৯৯৯ শুদ্ধতাৰ সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত এই হাৰ নিৰ্ধাৰণ কৰা হৈছে।

অনিৰুদ্ধ ডি. যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৪৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?