চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ –
শৃংখলা-১ মুকলি হ’ব ১৮ জুলাইত
১৪ জুলাই,২০১৬ চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ মন্ত্ৰণা সাপেক্ষে Sovereign Gold Bond ৰ চতুৰ্থটো কিস্তি জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। ১৮ জুলাই,২০১৬ৰ পৰা ২২ জুলাই,২০১৬লৈকে বণ্ডৰ বাবে আবেদন গ্ৰহণ কৰা হ’ব। বণ্ডবিলাক ৫ আগষ্ট,২০১৬ত জাৰি কৰা হ’ব। বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছএইছচিআইএল), মনোনীত ডাকঘৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জবোৰ তদৰ্থে, নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি বণ্ডবোৰ বিক্ৰী কৰা হ’ব। স্মৰণযোগ্য যে মাননীয় বিত্ত মন্ত্ৰীয়ে ২০১৫-১৬ বৰ্ষৰ বাজেটত ধাতব সোণ ক্ৰয়ৰ বিকল্প হিচাপে, চভাৰেইন গল্ড বণ্ড, এক বিত্তীয় সম্পদ বিকশোৱাৰ বিষয়ে ঘোষণা কৰিছিল। সেইমতে, ২০১৫-১৬ত তিনিটা কিস্তি জাৰি কৰা হয়। বণ্ডৰ বৈশিষ্ট্যবোৰ হ’ল-
আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১২৫ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: