চ’ভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ –শৃংখলা-৩
২০ অক্টোবৰ,২০১৬ চ’ভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ –শৃংখলা-৩ ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ মন্ত্ৰণা সাপেক্ষে চ’ভাৰেইন গল্ড বণ্ড-২০১৬১৭- শৃংখলা-৩ (Sovereign Gold Bonds-2016-17-Series-III) জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। বণ্ডখিনিৰ বাবে আবেদনপত্ৰ ২৪ অক্টোবৰ, ২০১৬ৰ পৰা ২ নৱেম্বৰ, ২০১৬লৈকে গ্ৰহণ কৰা হ’ব। ১৭ নৱেম্বৰ, ২০১৬ত বণ্ডবোৰ নিৰ্গমণ কৰা হ’ব। বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছএইছচিআইএল), মনোনীত ডাকঘৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জবোৰ যেনে নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি বণ্ডবোৰ বিক্ৰী কৰা হ’ব। বণ্ডৰ বৈশিষ্ট্যবোৰ তলত দিয়া হ’ল-
অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৯৮৫ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: