চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – শৃংখলা ৪
২৩ ফেব্ৰুৱাৰী, ২০১৭ চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – শৃংখলা ৪ ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰৰ পৰামৰ্শ ক্ৰমে, Sovereign Gold Bond 2016-17 – Series IV জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। এই বণ্ডৰ বাবে আবেদন ২৭ ফেব্ৰুৱাৰী, ২০১৭ৰ পৰা ৩ মাৰ্চ, ২০১৭লৈ গ্ৰহণ কৰা হ’ব। বণ্ডবোৰ বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল), মনোনীত ডাকঘৰবোৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জ তদৰ্থে, নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি বিক্ৰী কৰা হ’ব। বণ্ডবোৰৰ বৈশিষ্ট্য তলত দিয়া হ’ল-
অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২২৭৪ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: