RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494394

৩০ ছেপ্টেম্বৰত নিৰ্গমণ কৰা চ’ভাৰেইন গল্ড বণ্ডবোৰ ১৯ অক্টোবৰৰ পৰা ক্ৰয়-বিক্ৰয় যোগ্য হ’ব

১৭ অক্টোবৰ, ২০১৬

৩০ ছেপ্টেম্বৰত নিৰ্গমণ কৰা চ’ভাৰেইন গল্ড বণ্ডবোৰ
১৯ অক্টোবৰৰ পৰা ক্ৰয়-বিক্ৰয় যোগ্য হ’ব

১৯ অক্টোবৰ, ২০১৬ (বুধবাৰৰ পৰা), ডি-মেট ৰূপত ৩০ ছেপ্টম্বৰ, ২০১৬ত নিৰ্গমণ কৰা চ’ভাৰেইন গল্ড বণ্ডবোৰ, প্ৰতিভূতি চুক্তি (বিনিয়ম) আইন, ১৯৫৬ৰ অন্তৰ্গত ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্ট’ক একচেঞ্জবোৰত ক্ৰয়-বিক্ৰয় উপযোগী হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে আঁচনিখনৰ দফা ১৭ৰ চৰ্তত এই বিষয়ে জাননী দিছে। ভাৰত চৰকাৰে ২৯ আগষ্ট, ২০১৬ দিনাংকৰ অধিসূচনাৰ জৰিয়তে চ’ভাৰেইন গল্ড বণ্ড আঁচনি, ২০১৬-১৭- শৃংখলা-২ ঘোষণা কৰিছিল।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৯৪৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?