চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬: জাৰি মূল্য
১৫ জানুৱাৰী, ২০১৬ চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬: জাৰি মূল্য জানুৱাৰী ১৮, ২০১৬ৰ পৰা ২২ জানুৱাৰী, ২০১৬ পৰ্যন্ত অবধিৰ বাবে চভাৰেইন গল্ড বণ্ড ক্ৰয়-নিবিদাৰ বাবে মুকলি কৰা হ’ব। এইটো কিস্তিৰ বাবে চভাৰেইন গল্ড বণ্ডৰ জাৰি মূল্য প্ৰতি গ্ৰাম সোণত ২৬০০ টকাত (দুহেজাৰ ছশ টকাত) স্থিৰ কৰা হৈছে। এই হাৰটো, ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যনে (আৰ বি জে এ)ৰ দ্বাৰা প্ৰকাশিত পূৰ্বৱৰ্তী সপ্তাহটোৰ (জানুৱাৰী ১১-১৫, ২০১৬) ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত স্থিৰ কৰা হৈছে। ভাৰত চৰকাৰৰ অধিসূচনা এফ.নং ৪(১৯)-ডব্লিউ এণ্ড এম/২০১৪ আৰু ৰিজাৰ্ভ বেংক circular IDMD.CDD.No.1573/14.04.050/2015-16 dated January 14, 2016 অনুযায়ী এই মূল্য জ্ঞাপন কৰা হৈছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৫ -২০১৬/১৬৮০ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: