Page
Official Website of Reserve Bank of India
78490975
প্ৰকাশ কৰা তাৰিখ
নৱেম্বৰ 17, 2016
নোটৰ যোগান যথেষ্ট; আতংকিত নহব বা কাৰেন্সি গোপনে মজুত নকৰিবঃ আৰ বি আইয়ে পুনৰবাৰ দোহাৰিছে
১৭ নৱেম্বৰ,২০১৬ নোটৰ যোগান যথেষ্ট; ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি আকৌ এবাৰ স্পষ্ট কৰি দিয়ে যে প্ৰায় দুমাহ পূৰ্বে আৰম্ভ কৰা পত্ৰমুদ্ৰা অৰ্থাত্ কাৰেন্সিৰ উত্পাদন বৃদ্ধি পোৱা হেতুকে নোটৰ যোগান যথেষ্ট আছে। ৰাইজক আতংকিত নহবলৈ অথবা কাৰেন্সি নোট গোপনে মজুত নকৰিবলৈ অনুৰোধ জনোৱা হল। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১২৩৫ |
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?