RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78486320

কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২তম বৈঠক

১৫ ডিচেম্বৰ, ২০১৬

কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২তম বৈঠক

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২ সংখ্যক বৈঠক ১৫ ডিচেম্বৰ, ২০১৬ বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ ড০ উৰজিত পেটেলে বৈঠকত অধ্যক্ষতা কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰসকল ক্ৰমে শ্ৰী আৰ গান্ধী, শ্ৰী এছ এছ মুন্দ্ৰা আৰু শ্ৰী এম এছ বিশ্বনাথৰ উপৰি বৈঠকত উপস্থিত থকা অন্যান্য সঞ্চালকসকলৰ ভিতৰত আছিল শ্ৰী নটৰাজন চন্দ্ৰশেখৰন, শ্ৰী ভাৰত দোশী আৰু শ্ৰী সুধীৰ মানকাড। কেন্দ্ৰীয় বোৰ্ডত চৰকাৰৰ মনোনীত সঞ্চালক শ্ৰীমতী অঞ্জলী চিব ডুগ্গল, সচিব, বিত্তীয় সেৱা বিভাগ, বিত্ত মন্ত্ৰালয়ো বৈঠকত উপস্থিত আছিল।

বোৰ্ডে বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি, গোলকীয় আৰু ঘৰুৱা প্ৰত্যাহ্বানসমূহ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যপৰিচালনা ক্ষেত্ৰত অন্যান্য বিষয়বোৰৰ পৰ্যালোচনা কৰে। পাছত গৱৰ্ণৰে পশ্চিমবংগৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাত্ কৰি আঞ্চলিক নিৰ্দিষ্ট বিষয়সমূহ আলোচনা কৰে।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৩৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?